সমালোচনামূলক
প্রৱন্ধ লিখনৰ নিৰ্দেশিকা।
আপোনাৰ অধ্যয়ন প্ৰক্ৰিয়াৰ সময়ত আপোনাক বহুসংখ্যক লিখিত কাম দিয়া হ'ব যিবোৰ আপুনি বাধ্যতামূলক ভাৱে সম্পূৰ্ণ কৰিব লাগিব। সেইবোৰে আপোনাৰ ভিতৰত প্ৰয়োজনীয় দক্ষতা বিকশিত কৰিব লাগে, যেনে : সাধাৰণীকৰণ বা নিৰ্দিষ্ট কৰা। এই সকলোবোৰ কাৰকে ভৱিষ্যতে চাকৰিৰ বজাৰত আপোনাৰ বিক্রীদৰ বৃদ্ধি কৰিব। এনে কামবোৰ সম্পূৰ্ণ কৰিলে আপুনি সমস্যাটোৰ প্ৰতি আপোনাৰ নিজা দৃষ্টিভংগী বিকশিত কৰিবলৈ আৰু নিৰপেক্ষভাৱে বিশ্লেষণ কৰিবলৈ শিকিব।আপুনি বহুতো কাকত লিখাৰ প্ৰয়োজনীয়তাৰ সন্মুখীন হ'ব যাৰ বাবে বিভিন্ন বিষয় আৰু বস্তুৰ প্ৰতি আপোনাৰ পৰা সমালোচনাৰ প্ৰয়োজন হ'ব।
আপুনি বিশ্লেষণ কৰিবলৈ প্ৰয়োজনীয় সামগ্ৰীবোৰৰ মাজেৰে গৈ হয় লেখকে প্ৰকাশ কৰা কিছুমান ধাৰণাৰ সৈতে সন্মত হ'ব পাৰে বা তেওঁৰ সৈতে অসন্মত হ'ব পাৰে। আপুনি নিবন্ধৰ বিবৃতিৰ সৈতে আংশিকভাৱে সন্মত হ'ব পাৰে আৰু তেওঁ দিয়া প্ৰমাণ অনুমোদিত
নকৰিব পাৰে। আপোনাৰ শিক্ষকৰ বাবে আপুনি সন্মত হওঁক বা নহওঁক একো কথা নাই, আপুনি গৱেষণা কৰা বিষয়টোৰ প্ৰতি সমালোচনাত্মক হৈ থকা উচিত। আপুনি বিষয়টোৰ প্ৰতি নিৰপেক্ষ হ'ব লাগিব আৰু পৰিস্থিতিটো যিমান সম্ভৱ সিমান বস্তুনিষ্ঠ ভাৱে দেখুৱাওক। বস্তুনিষ্ঠ সমালোচনা যিকোনো প্ৰবন্ধৰ এক অবিচ্ছেদ্য অংশ। প্ৰবন্ধৰ গাঁথনিটো এনেধৰণৰ হ'ব লাগে: ১) এটা চমু পৰিচয় য'ত নিবন্ধৰ বিবৃতি অন্তৰ্ভুক্ত থাকে; ২) প্ৰশ্নটোৰ সৈতে প্ৰাসঙ্গিক সকলো প্ৰমাণ আৰু তৰ্ক থকা মুখ্য ভাগ; ৩) সাৰাংশ অনুচ্ছেদ। আপুনি যিয়েই দৃষ্টিভংগী গ্ৰহণ কৰক, আপুনি বিশ্বাসযোগ্য প্ৰমাণ আৰু তথ্যৰ যৌক্তিক শৃংখলাৰ দ্বাৰা আপোনাৰ বিবৃতি সমৰ্থন কৰা উচিত।আপুনি প্রৱন্ধৰ প্ৰাৰম্ভিকতে প্রদান কৰা বিবৃতিবোৰ সমৰ্থন বা অসন্মত হ'ব পাৰে, কিন্তু আপুনি আপোনাৰ প্ৰতিটো তথ্যক দৃঢ় প্ৰমাণৰ দ্বাৰা সমৰ্থন কৰিবলৈ মনত ৰাখিব লাগে। আপোনাৰ যুক্তি আপোনাৰ লিখিত দায়িত্বৰ এক গুৰুত্বপূৰ্ণ অংশ। এইটো কেৱল সমালোচনাত্মক প্ৰবন্ধ নহয়, য'ত আপুনি প্ৰমাণৰ সুসংগত আৰু যৌক্তিক আঁচনি প্ৰদৰ্শন কৰিব লাগে। তৰ্কমূলক প্ৰবন্ধত এই সামৰ্থ্য অত্যন্ত গুৰুত্বপূৰ্ণ। মোৰ অভিজ্ঞতা অনুসৰি, শিক্ষাৰ্থীসকলে পাঠকৰ মতামত সলনি কৰাৰ বাবে সৰল মন্তব্যক এক মূল্যৱান অনুপ্ৰেৰক বুলি বিবেচনা কৰে। যদি সুক্ষ্ম ভাবে চাওঁ, তেনে নহয়। আপুনি দিয়া তৰ্ক যথাযথ ভাৱে সংগঠিত হ'ব লাগে আৰু আপুনি কোৱা প্ৰতিটো তথ্য তথ্যৰ এক নিৰ্ভৰযোগ্য উৎসৰ দ্বাৰা সমৰ্থিত হ'ব লাগে। তথ্যবোৰ বাহিৰত পোৱা নাযায়, আমি সেইবোৰ বিশ্লেষণ কৰা তথ্যউৎসৰ পৰা লওঁ।যদি আপোনাৰ কোনো বিকল্প আছে, আপোনাৰ আয়ত্বৰ বিষয় এটা বাছনি কৰক। এখন সফল কাকত পাবলৈ আপুনি আপোনাৰ পৰিচিত বিষয়টোৰ ওপৰত কাম কৰা উচিত। যদি আপুনি আপোনাৰ কাকতত আধুনিক সমস্যা আৰু বিষয়বোৰ আলোচনা কৰা
পৰিহাৰ কৰে আৰু সেইবোৰ আপোনাৰ প্ৰবন্ধত অন্তর্ভুক্ত নাৰাখে তেন্তে ভাল হ'ব।যেতিয়া লাখ লাখ মতামত থাকে আৰু তেওঁলোকৰ কোনোটোৱেই ভাল প্ৰমাণৰ দ্বাৰা সমৰ্থিত নহয় তেতিয়া বিশ্বাসযোগ্য উৎস বিচাৰি পোৱাটো অতি কঠিন। পাঁচটা অনুচ্ছেদ ৰচনাত বস্তুবোৰৰ সাধাৰণ অৱস্থা বৰ্ণনা কৰাটোও একেবাৰে অসম্ভৱ, সেয়েহে বাতৰিবোৰত প্ৰায়ে প্ৰকাশ পোৱা আধুনিক বিষয়বোৰ পৰিহাৰ কৰা ভাল।
विवेचनात्मक
लेख लेखन गाइड।
आपको अपनी अध्ययन प्रक्रिया के दौरान बड़ी संख्या में लिखित कार्य दिए जाएंगे जिन्हें आपको अनिवार्य रूप से पूरा करना होगा। उन्हें आवश्यक कौशल विकसित करना चाहिए, जैसे: सामान्यीकरण या निरूपण। ये सभी कारक भविष्य में नौकरी के बाजार में आपकी बिक्री को बढ़ावा देंगे। ऐसी चीजें करके आप समस्या के प्रति अपना पहला दृष्टिकोण विकसित करना सीखेंगे और इसका उचित तरीके से विश्लेषण करेंगे। आपको कई किताबें लिखने की जरूरत का सामना करना पड़ेगा, जिन्हें विभिन्न विषयों और चीजों के प्रति आपसे आलोचना की जरूरत होगी ।
आप या तो लेखक द्वारा व्यक्त विचारों में से कुछ के साथ सहमत कर सकते है या उत्पादों आप विश्लेषण करने की जरूरत के माध्यम से जा रहा द्वारा उसके साथ असहमत हैं । आप आंशिक रूप से लेख के बयान से सहमत हो सकते हैं और उनके द्वारा दिए गए साक्ष्यों की अनुमति है
नहीं हो सकता है। आपके शिक्षक के लिए कुछ भी नहीं है, कोई फर्क नहीं पड़ता कि आप किस बात से सहमत हैं या नहीं, आपको उस विषय की आलोचना करनी चाहिए जिसे आपने शोध किया है। आपको इस मुद्दे पर निष्पक्ष होना होगा और स्थिति को यथासंभव निष्पक्ष रूप से दिखाना होगा । वस्तुनिष्ठ आलोचना किसी भी लेख का अभिन्न अंग है। लेख की संरचना इस प्रकार होनी चाहिए: 1) एक बहुत ही कुरकुरा पहचान जिसमें लेख का कथन होता है; 2) सभी सबूत और सवाल के लिए प्रासंगिक तर्क का मुख्य हिस्सा; 3) सारांश पैरा। आप जो भी विचार लेते हैं, आपको विश्वसनीय साक्ष्य और जानकारी की तार्किक श्रृंखला द्वारा अपने बयान का बैकअप लेना चाहिए । आप लेख की शुरुआत में दिए गए बयानों का समर्थन या असहमत हो सकते हैं, लेकिन आपको ठोस सबूतों के साथ अपनी प्रत्येक जानकारी का समर्थन करना याद रखना चाहिए। आपका तर्क आपकी लिखित जिम्मेदारी का एक महत्वपूर्ण हिस्सा है। यह सिर्फ महत्वपूर्ण लेख नहीं है, जहां आप सबूत की एक सुसंगत और तार्किक योजना दिखाना चाहिए । तर्कात्मक लेखों में यह क्षमता बहुत महत्वपूर्ण है। मेरे अनुभव के अनुसार, छात्रों को बस टिप्पणी पर विचार करने के लिए पाठक की राय के परिवर्तन के लिए एक मूल्यवान उत्प्रेरक हो । यदि आप बारीकी से देखो, यह नहीं है । आपके द्वारा दिए गए तर्क को ठीक से व्यवस्थित किया जाना चाहिए और आपके द्वारा कहे जाने वाली हर जानकारी को जानकारी के विश्वसनीय स्रोत द्वारा पुष्ट किया जाना चाहिए। डेटा बाहर नहीं मिला है, हम उन्हें विश्लेषण किए गए डेटा स्रोत से लेते हैं।
यदि आपके पास कोई विकल्प है, तो अपनी महारत का विषय चुनें। आपको सफल पुस्तक प्राप्त करने के लिए उस विषय पर काम करना चाहिए जिसे आप जानते हैं। यदि आप अपनी पुस्तक में आधुनिक मुद्दों और विषयों पर चर्चा
सावधान रहना और उन्हें अपने लेख में शामिल नहीं करना अच्छा होगा। विश्वसनीय स्रोतों को ढूंढना बहुत मुश्किल है जब लाखों राय हैं और उनमें से कोई भी अच्छे सबूतों से जायज नहीं है । पांच पैराग्राफ अक्षरों में चीजों की सामान्य स्थिति को राज्य करना भी काफी असंभव है, इसलिए आधुनिक विषयों को रखना बेहतर है जो अक्सर खबरों में सामने आते हैं।



No comments:
Post a Comment